Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত KPP ৰ আঞ্চলিক কমিটি গঠন

Dhubri Part, Dhubri | Aug 22, 2025
কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ অনুসৰি (KPP)কমতাপুৰ প্রগ্রেছীব পাৰ্টিৰ গৌৰীপুৰ আঞ্চলিক কমিটী গঠন কৰা হয়। এখন ১৮ জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰাৰ লগতে সভাপতি হিচাপে সমীৰ কুমাৰ দাস আৰু সাধাৰণ সম্পাদক হিচাপে পিংকু ৰায়ক দলে দ্বায়িত্ব দিয়ে।
Read More News
T & CPrivacy PolicyContact Us