This browser does not support the video element.
সোণাৰি: ভয়াবহ ৰূপত বৃদ্ধি পাইছে চৰাইদেউৰ বৰহাটত মাৰাত্মক ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা, ১৮ জন লোক ৰোগত আক্ৰান্ত
Sonari, Charaideo | Sep 4, 2025
অসম অৰুণাচলৰ সীমান্তত অৱস্থিত বাগিছাখনত বৰ্তমানলৈকে ১৮ জন লোক আক্ৰান্ত হৈছে ডেংগু ৰোগত। চৰাইদেউ জিলাৰ বৰহাট বাগিছাত হুৰাহুৰে মাৰাত্মক ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। বাগিচা এলেকা সমূহত নলা নৰ্দমাত আৱৰ্জনা জমা হোৱাৰ ফলত এই ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে। আঁঠুৱা ব্যৱহাৰ নকৰা, নলা নৰ্দমাত আৱৰ্জনা ইত্যাদি কাৰণতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে প্ৰায় ১৮ জনকৈ লোক। ইয়াৰ