This browser does not support the video element.
মৰিগাঁও: ১০ ঘণ্টাত ২১ তাকৈ চিজাৰিন কৰাৰ সন্দৰ্ভত দিয়া কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত মৰিগাঁৱত চিকিৎসক কন্থেশ্বৰ বৰদলৈ প্ৰতিক্ৰিয়া
Marigaon, Morigaon | Sep 8, 2025
অস্ত্ৰোপ্ৰচাৰৰ কেইটাৰ সন্দৰ্ভত চিকিৎসক জনৰ পৰা প্ৰত্যেকটো অস্ত্ৰোপ্ৰাৰৰ সবিশেষ তথ্য, প্ৰত্যেকটো অস্ত্ৰোপ্ৰচাৰৰ কৰাৰ পূৰ্বে প্ৰস্তুতিৰ তথ্য, অস্ত্ৰোপ্ৰচাৰৰ কৰা সজুঁলি সমূহৰ Sterilization protocol মানি লোৱা হৈছিল নে নাই, জৰুৰীকালীন ৰোগী সকলকৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সবিশেষ বিচৰা হৈছে। লগতে অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰা অনুসৰি তেওঁ চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ সময়ত অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন হোৱাৰ পূৰ্বৰ আৰু অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন হোৱাৰ পিছত কোনো টোকা পঞ্জীয়