This browser does not support the video element.
নগাঁও: জিলা বিজেপিৰ কাৰ্য্যালয়ত অ বি চি মৰ্চাৰ অসম প্ৰদেশৰ নৱনিযুক্ত সভাপতি সুভাষ দত্ত
Nagaon, Nagaon | Sep 3, 2025
নৱনিযুক্ত সভাপতিজনক বিপুল আদৰণি জনাই নগাঁও জিলা বিজেপিয়ে দায়িত্ব গ্ৰহণৰ পিছত পোণপ্ৰথমবাৰৰ বাবে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়লৈ আহিছে সভাপতিজন চিপাঝাৰৰ প্ৰাক্তণ বিধায়ক বিনন্দ শইকীয়াই বিজেপি ত্যাগ কৰাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই সুভাষ দত্তই এজনে বিজেপি ত্যাগ কৰিছে কংগ্ৰেছৰ ৬জনকৈ বিধায়কে বিজেপিলৈ অহাৰ কথা চলিছে এজন আতৰি গলে দ'লৰ কোনো ক্ষতি নহয় বৰঞ্চ দলে ভৱাতকৈ বেছি উন্নতি কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে অবিচি মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি