Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: উজনি অসম মুছলিম কল্যাণ পৰিষদ জিলা সমিতিৰ উদ্যোগত সাধাৰণ সভা ,মাকুম আঞ্চলিক সমিতি গঠন

Tinsukia, Tinsukia | Aug 26, 2025
মঙ্গলবাৰে বিয়লি প্ৰায় ৪.৩০ মিনিটত মাকুমৰ চাহেব পট্টি মক্তৱৰ প্ৰাঙ্গনত উজনি অসম মুছলিম কল্যাণ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইমৰান ছিদ্দিকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত ৰাইজৰ সৰ্ব সন্মতি ক্ৰমে মাকুম আঞ্চলিক সমিতিৰ সভাপতি হিচাপে মহম্মদ আৰীফ আহমেদ আৰু সাধাৰণ সম্পাদক হিচাপে ৰিজিক আহমেদক দায়িত্ব অৰ্পনেৰে এখন ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us