Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা,ইছলামপুৰৰ পৰা এজন যুৱকে যুৱতীৰ মৃতদেহ আনি এৰি যায় জিমচি এইচত
Guwahati, Kamrup Metropolitan | Aug 31, 2025
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা,ইছলামপুৰৰ পৰা এজন যুৱকে যুৱতীৰ মৃতদেহ আনি এৰি যায় জিমচি এইচত ।নিজৰ অটখনত লৈ আহিছিল মৃতদেহটো। মৃতদেহটো ট্ৰলীত উঠাইয়েই পলায়নৰ চেষ্টা। খেদি খেদি নিৰাপত্তাৰক্ষীয়ে ধৰে যুৱকজনক।যুৱতীগৰাকীৰ মুখেৰে ওলাই আছে ফেন।ইতিমধ্যে যুৱকজনক আটক কৰিছে ভঙাগড় আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!