Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: টিলাপাৰাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুছি হত্যা কৰিলে হাচানুৰ ৰহমানক , ঘটনাস্থলীত উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষক

Srijangram, Bongaigaon | Aug 30, 2025
বঙাইগাঁও জিলাৰ অভয়াপুৰীত লোমহৰ্ষক হত্যাকাণ্ড , অভয়াপুৰীৰ আমবাৰী টিলাপাৰাত দুৰ্বৃত্তই অতি নৃশংসভাৱে চোকা অস্ত্ৰৰে হানি খুছি হত্যা কৰিলে হাচানুৰ ৰহমান নামৰ এজন যুৱকক । কোনে কি কাৰণত হত্যা কৰিলে এতিয়ালৈ জানিব পৰা হোৱা নাই। শনিবাৰে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু  ফৰেণছিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
Read More News
T & CPrivacy PolicyContact Us