Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: চাপাগুৰীত কাজলগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মক সম্বৰ্ধনা চাপাগুৰী প্ৰাইমাৰী ইউপিপিএলৰ
India | Aug 25, 2025
আজি চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাপাগুৰীত আগন্তুক কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মক সম্বৰ্ধনা চাপাগুৰী প্ৰাইমাৰী ইউপিপিএলৰ ,আজিৰ এই সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচীত প্ৰাৰ্থী গৰাকীৰ সৈতে ৰাজ্য সভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি সহ চাপাগুৰী প্ৰাইমাৰী ইউপিপিএলৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!