Download Now Banner

This browser does not support the video element.

কলগাছিয়া: বগুলামাৰী গাঁৱত ভূমি কেন্দ্ৰীক জালিয়াতিৰ অভিযোগ, তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ভূক্তভোগীৰ

Kalgachia, Barpeta | Oct 11, 2025
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ আব্দুল আজিজ নামৰ এজন লোকৰ তিতাপানী মৌজাৰ ৩৪৫ নং দাগৰ ১ কটা ৫ লেচা মাটি চক্ৰ বিষয়া আৰু লাট মণ্ডলক ভুল তথ্য যোগান ধৰি জালিয়াতি কৰি আহাদ আলী মণ্ডল নামৰ এজন ব্যক্তিয়ে নিজৰ নামত বাটোৱাৰা কৰি লোৱা বুলি গুৰুতৰ অভিযোগ। পৰৱৰ্তী সময়ত উক্ত মাটি ডৰা ভুলবসত লোৱা বুলি স্বীকাৰ কৰি আহাদ আলীয়ে বাটোৱাৰা কেনছেল কৰি কাগজে পত্ৰে আব্দুল আজিজক ঘূৰাই দিয়ে । কিন্তু শনিবাৰে উক্ত মাটি খিনিত বাঁহৰ বেৰ দি পুনৰ বেদখল কৰে আহাদ আলীয়ে।
Read More News
T & CPrivacy PolicyContact Us