Download Now Banner

This browser does not support the video element.

বৰপেটা: প্ৰয়াত কদম আলী আৰু আলী হুছেইনৰ কদমগুৰিৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে বিধায়ক আব্দুৰ ৰহিম আহমেদে

Barpeta, Barpeta | Sep 27, 2025
যোৱা বৃহস্পতি বাৰে বৰপেটা সদৰ সমষ্টি তথা নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কদমগুৰিত হোৱা ভয়ানক পথ দুৰ্ঘটনাত কদম আলী আৰু আলী হুছেইনৰ মৃত্যু হয় । শনিবাৰে মৃতকৰ গৃহত গৈ পৰিয়াল তথা আত্মীয়স্বজনক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে । বিধায়ক গৰাকীয়ে মৃতকৰ ৰূহৰ মাগফিৰাতৰ লগতে জান্নাতবাসীৰ কামনা কৰে ।
Read More News
T & CPrivacy PolicyContact Us