Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কয়লাময়লাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ইউপিপিএলৰ প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম
India | Sep 9, 2025
আজি চিৰাং জিলাৰ কয়লাময়লাত আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচন লৈ ইউপিপিএলৰ সভা অনুষ্ঠিত হয়, আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ভোটাৰ ৰাইজক সম্বোধন কৰে মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্মই ,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী গৰাকীৰ সৈতে নিসিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, কয়লাময়লা প্ৰাইমাৰী ইউপিপিএলৰ বিভিন্ন বিষয় ববিয়া আৰু কেইবা শহশ্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!