Download Now Banner

This browser does not support the video element.

মাটিয়া: আগিয়াৰ ৰায়কোনাত পালিত কন্যাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ'ল হালিম চান ছাংমা

Matia, Goalpara | Aug 26, 2025
আগিয়াৰ ৰায়কোনাত পালিত কন্যাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ'ল হালিম চান ছাংমা। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত ৰায়কোনাত এক জঘন্য ঘটনা সংঘটিত হয়। নিজৰ ঘৰত পালিত কন্যাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হয় লম্পট হালিম চান ছাংমা। লম্পট হালিম চান ছাংমাৰ শাহু আইয়ে আগিয়া থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে বিগত সাত মাহ ধৰি পাষণ্ড হালিম চান ছাংমাই ১৪ বছৰীয়া পালিত কন্যাক যৌন নিৰ্যাতন চলাই আহিছিল। যোৱা ২৪ আগষ্টত ঘৰত পত্নী নথকাৰ সুযোগত পালিত কন্যাক যৌন নিৰ্যাতন চলায়।
Read More News
T & CPrivacy PolicyContact Us