This browser does not support the video element.
নাজিৰা: আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসৰ নাম আছিল কুশল দুৱৰী"প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সম্পৰ্কত গেলেকীত বিধায়ক অখিল গগৈৰ মত
Nazira, Sivasagar | Aug 26, 2025
" আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসৰ নাম আছিল কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা " আমাৰ গাঁওলৈ আহিলে মানুহবোৰ ঘৰত সোমাই দৰজা বন্ধ কৰি দিয়ে , চাকি নুমুৱাই দিয়ে , একদম মনে মনে লুকাই থাকে " - কুশল দুৱৰীৰ সম্পৰ্কে মংগলবাৰে গেলেকীত বিধায়ক অখিল গগৈৰ এই মন্তব্য।শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মংগলবাৰে দোলাকাষৰীয়া পঞ্চায়তত জাতীয় জাগৰণ কাৰ্যসূচী ৰূপায়িত কৰিছিল।বিধায়ক অখিল গগৈয়ে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সন্দৰ্ভত গেলেকীত মংগলবাৰে বিয়লি বিধায়ক অখিল গগৈৰ মত ।