Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: বিদ্যাপুৰত সংঘটিত হোৱা জঘন্য ধৰ্ষণকাণ্ডৰ দোষীক শাস্তিৰ দাবী আমছুৰ জিলা সমিতিৰ উপ সভাপতিৰ

Dangtal Revenue Circle, Bongaigaon | Aug 22, 2025
বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হোৱা জঘন্য ধৰ্ষণ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ। বঙাইগাঁও জিলা সমিতিৰ উপ সভাপতিয়ে উক্ত ঘটনাৰ উচিত তদন্ত দাবী কৰে আৰু এই ঘটনাৰ সৈতে জৰিত মূল অভিযুক্তৰ শাস্তিৰ দাবী কৰে সংগঠনটোৰ নেতা গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us