Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: জগদইত এবিএমছুৰ জিলা সমিতিৰ উদ্যোগত সভা অনুষ্ঠিত,৫১ জনীয়া জগদই আঞ্চলিক সমিতি গঠন, উপস্থিত জিলা সভাপতি ছহিদুল ইছলাম

Kokrajhar Part, Kokrajhar | Aug 10, 2025
ৰবীবাৰ দিনা কোকৰাঝাৰ জিলাৰ জগদইত কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি ছহিদুল ইছলামৰ সভিপতিত্ব এখন সভা অনুষ্ঠিত কৰা হয়, উক্ত সভাৰ জৰিয়তে এবিএমছুৰ ৫১ জনীয়া জগদই আঞ্চলিক সমিতি গঠন কৰা হয়,ৰজৱ আলীক সভাপতি,মুবাৰক আলীক কাৰ্যকৰী সভাপতি আৰু ৰশিদুল ইছলামক সাধাৰণ সম্পাদকৰ দায়িত্বত প্ৰদান কৰা হৈছে বুলি জিলা সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে, উক্ত সভাত জিলা সমিতিৰ সম্পাদকৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল
Read More News
T & CPrivacy PolicyContact Us