This browser does not support the video element.
শিৱসাগৰ: জালনোট প্ৰস্তুতকাৰী প্ৰৱঞ্চক আটক শিৱসাগৰত হোটেল ৰাজ প্লেচৰ পৰা
Sibsagar, Sivasagar | Sep 6, 2025
জালনোট প্ৰস্তুতকাৰী প্ৰৱঞ্চক আটক শিৱসাগৰত হোটেল ৰাজ প্লেচৰ পৰা। ডিব্ৰুগড়ৰ পৰা কেইজনমান যুৱকে আহি কৌশলেৰে আটক কৰি চমজাই শিৱসাগৰ আৰক্ষীক । ইতিমধ্যে আৰক্ষীয়ে এই প্ৰৱঞ্চক চক্ৰটোক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ।