Install App
manojbmc2009
This browser does not support the video element.
মাণিকপুৰত গোলকগঞ্জত আক্ৰাছুৰ জোৰ সমদল কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ
Manikpur, Bongaigaon | Sep 11, 2025
বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে আক্ৰাছুৱে। গোলকগঞ্জত আক্ৰাছুৰ জোৰ সমদল কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । অসম পুলিচ হায় হায়, অসম চৰকাৰ হায় হায়, No ST NO Rest আদি শ্লগান দিয়ে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!