This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ জাগুনৰ ৰাজপথত অসমীয়া যুৱ মঞ্চই জমীয়ত উলেমা-ই - হিন্দৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
Margherita, Tinsukia | Aug 23, 2025
শনিবাৰে বিয়লি প্রায় ৩ বজাত মাৰ্ঘেৰিটাৰ জাগুনৰ ৰাজপথত অসমীয়া যুৱ মঞ্চই জমীয়ত উলেমা-ই - হিন্দৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠন টোৰ সদস্য সকলে জমীয়ত -উলেমা-ই -হিন্দৰ মূর্দাবাদ ,বাংলাদেশী গ'বেক ,বাংলাদেশী হুচীয়াৰ,অসমীয়াৰ যুৱ মঞ্চ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলা সভাপতি গৌতম বৰুৱাই জমীয়ত উলেমা-ই - হিন্দ কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ প্ৰদান কৰে ।