This browser does not support the video element.
তিনিচুকীয়া: সদৰত স্বৰ্গদেউ সৰ্বানন্দ সিংহই খণ্ডোৱা ঐতিহাসিক বৰ পুখুৰীত মটক ৰাইজৰ উচ্ছেদ অভিযান
Tinsukia, Tinsukia | Sep 12, 2025
শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত চৰকাৰ প্ৰশাসনলৈ বাট নাচায় তিনিচুকীয়াত বনিয়াই বেদখল কৰা ৰজাদিনীয়া পুখুৰীৰ ভূমি উচ্ছেদত নামিল মটক জনগোষ্ঠীয় দল—সংগঠন । তিনিচুকীয়া স্বৰ্গদেউ সৰ্বানন্দ সিংহই খণ্ডোৱা ঐতিহাসিক বৰ পুখুৰীত মটক ৰাইজৰ উচ্ছেদ অভিযান৷ দীৰ্ঘদিন ধৰি একাংশ বনিয়াই এটাৰ পাছত এটা পৌৰাণিক কৃতিচিহ্নৰ ভূমি দখল কৰি আহিছে৷