Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰত এজন যুৱকক ডেগাৰেৰে হানিখুচি হত্যাৰ চেষ্টা,গৌৰীপুৰৰ আলমগঞ্জ বজাৰ উতপ্ত পৰিস্থিতি
Dhubri Part, Dhubri | Aug 22, 2025
আলমগঞ্জ দামপুৰৰ যুৱক ছাদ্দাম হুছেইন(লাডেন) নামৰ যুবক জনে ডেগাৰেৰে একেখন গাওঁৰে ঝমুৰ আলিক (বাবুক) হানি খুচি হত্যাৰ চেষ্টা ৷ সংকটজনক অৱস্থাত ঝমুৰ আলিক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!