Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: শিয়ালমাৰীত ভূমি কেন্দ্ৰিক ভয়কৰ মাৰপিট,দলগাঁও থানাত এজাহাৰ দাখিল

Mangaldoi Part, Darrang | Sep 12, 2025
শিয়ালমাৰীত এক ভূমিকেন্দিক সংঘাত সংঘটিত হয়। অভিযোগ মতে মৃত আচমত আলি পৰিয়ালে চত্ৰ দখলৰ মাটিত জেওৰা দি থকা অৱস্থাত লোহাৰে আক্ৰমণ কৰে আখতাৰ আলি পৰিয়ালে প্ৰহাৰ কৰে জিয়াৰুল হক আৰু জমিৰুল হকক প্ৰহাৰ কৰে ।জিয়াৰুল হক আৰু জমিৰুল হকক চিকিৎসা লয়ত ভৰ্ত্তি কৰায়। ঘটনাৰ সন্দৰ্ভত দলগাও থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালৰ লোকে
Read More News
T & CPrivacy PolicyContact Us