Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ধূপগুৰিত বিপিএফ দলৰ নিৰ্বাচনী সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰী

Udalguri, Udalguri | Sep 11, 2025
জিলা খনৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ধূপগুৰিত বিপিএফ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।খৈৰাবাৰী পৰিষদীয় সমষ্টি পুনৰ উদ্ধাৰৰ বাবে বিপিএফ দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী ৰণ কৌশল। সেয়ে ধূপগুৰিত দলটোয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে এখন যোগদান কাৰ্যসূচীও অনুষ্ঠিত কৰে। সভাত প্ৰায় অৰ্ধ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us