Download Now Banner

This browser does not support the video element.

মৰিয়নি: গাভৰু পৰ্বত চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি , বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাৰ বাবেই এই পৰিৱেশ

Mariani, Jorhat | Aug 26, 2025
মৰিয়নিৰ গাভৰু পৰ্বত চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি। বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাৰ বাবেই এই পৰিৱেশ। বাগিছাখনৰ চিকিৎসালয়ৰ ৰোগীসকলক খোৱা পানীৰ নামত জান জুৰিৰ প্ৰদূষিত পানী যোগানৰ অভিযোগ উত্থাপন হৈছে ।শ্ৰমিকসকলকো অপৰিস্কাৰ পানী যোগান ধৰি অহাৰ অভিযোগ ক্ষুদ্ধ শ্ৰমিকৰ।শ শ শ্ৰমিকে বাগিছাৰ কলঘৰ ঘেৰাও কৰি কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us