Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: বৃহত্তৰ বাঢ়ৈটিং অঞ্চলৰ গুদামঘৰৰ সমীপত এটা পুখুৰীত সাঁতুৰিবলৈ গৈ সলিল সমাধি ঘটিল ২২বছৰীয়া এগৰাকী যুৱকৰ

Sibsagar, Sivasagar | Jun 8, 2025
বৃহত্তৰ বাঢ়ৈটিং অঞ্চলৰ গুদামঘৰৰ সমীপত এটা পুখুৰীত সাঁতুৰিবলৈ গৈ সলিল সমাধি ঘটিল ২২বছৰীয়া এগৰাকী যুৱকৰ । সলিল সমাধি ঘটা যুৱক জন গড়গাঁও মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ মৃদু পৱন চেতিয়া বুলি জানিব পৰা গৈছে । শুকান পুখুৰী মেৰবিলৰ নিৰেন চেতিয়া আৰু অঞ্জু চেতিয়াৰ একমাত্ৰ সন্তান আছিল মৃদু পৱন চেতিয়া ।
Read More News
T & CPrivacy PolicyContact Us