Download Now Banner

This browser does not support the video element.

নগাঁও: পুথিখাইটিত ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ,আঠ,ন জনীয়া ড্ৰাগছ মাফিয়াৰ দলৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত ৰূপহীহাট আৰক্ষীৰ থানাৰ OC

Nagaon, Nagaon | Aug 22, 2025
ৰূপহীহাটৰ গুনাবাড়ী পুথিখাইটিত ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ।আঠ ন জনীয়া ড্ৰাগছ মাফিয়াৰ দলৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিৱ কুমাৰ ৰয় আৰু নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান ভাস্কৰ জ্যোতি বৰা গুৰুত্বৰ ভাৱে আহত হয়। ড্ৰাগছ মাফিয়া ৰাহুল ইছলামক ড্ৰাগছ সহ কৰায়ত্ব কৰাৰ সময়তে ড্ৰাগছ মাফিয়াৰ দলটোৱে হাতে হাতে দা জাঠী, লাঠি লৈ আক্ৰমণ কৰে আৰক্ষীক।ইফালে আৰক্ষীয়ে দুই ৰাউণ্ড শূন্যলৈ গুলীচালনা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইতিমধ্যে আঘাতপ্ৰাপ্ত
Read More News
T & CPrivacy PolicyContact Us