Install App
debabrat915
This browser does not support the video element.
ছিপাঝাৰ: হাজৰিকাপাৰাৰ তৰুলতা বৰুৱাৰ বাস গৃহত বিজেপিৰ চোতাল বৈঠক,উপস্থিত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী
Sipajhar, Darrang | Aug 24, 2025
হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি তৰুলতা বৰুৱাৰ বাসভৱনত অনুষ্ঠিত হয় চোতাল বৈঠক । বৈঠকত পঞ্চায়তীৰাজৰ মাধ্যমৰে গ্ৰাম্য অৰ্থনীতি উন্নয়ন, সাংগঠনিক দিশৰ আলোচনা কৰা হয় । বিধায়ক গৰাকীয়ে হাজৰিকাপাৰাৰ কলাপানী হাজৰিকাৰ ঐতিহ্য আৰু ধলপুৰৰ অসম আন্দোলনৰ স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আলোকপাত কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!