Download Now Banner

This browser does not support the video element.

গোলাঘাট: মণিপুৰত গুলীবিদ্ধ হোঁৱা অসমৰ যুৱক তথা স্থানীয় সাংবাদিক অভিদ্বীপৰ ঘটনাক তীব্ৰ গৰিহণা মেৰাপানীত জিলা চুতীয়া ছাত্ৰ সন্থাৰ

Golaghat, Golaghat | Aug 31, 2025
মণিপুৰত গুলীবিদ্ধ হোঁৱা অসমৰ যুৱক তথা সাংবাদিক অভিদ্বীপৰ ঘটনাক তীব্ৰ গৰিহণা দেওবাৰে বিয়লি প্ৰায় ৫ বজাত মেৰাপানীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্য্যকৰী সভাপতিৰ। মণিপুৰত গুলীবিদ্ধ হোৱা সাংবাদিক অভিদ্বীপ শইকীয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি। নাগালেণ্ডৰ হৰ্ণ বিল টিভিৰ সাংবাদিক গৰাকীৰ পক্ষত থিয় দিছে অসমৰ দল সংগঠন। শনিবাৰে মনিপুৰৰ সেনাপতি জিলাত অনুষ্ঠিত হৈ থকা ফ্লাৱাৰ ফেচটিভেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক গৰাকী গুলীবিদ্ধ হৈছিল।
Read More News
T & CPrivacy PolicyContact Us