This browser does not support the video element.
মৰিগাঁও: জিলা কাৰাগাৰত এক বিশেষ আধাৰ শিবিৰ অনুষ্ঠিত হয়,উপস্থিত অতিৰিক্ত আয়ুক্ত
Marigaon, Morigaon | Sep 10, 2025
মৰিগাঁও জিলা কাৰাগাৰত এক বিশেষ আধাৰ শিবিৰ অনুষ্ঠিত হয়।শিবিৰত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা উপস্থিত হৈ বন্দীসকলৰ আধাৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। এই শিবিৰৰ জৰিয়তে বন্দীসকলৰ পৰিচয় পত্ৰ আধাৰৰ সৈতে সংযুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।ফলত বন্দীসকলৰ তথ্য অধিক সঠিক, সুৰক্ষিত আৰু আধুনিক ৰূপত সংৰক্ষণ কৰিব পাৰিব বুলি অতিৰিক্ত আয়ুক্ত গৰাকীয়ে মন্তব্য কৰে।