Download Now Banner

This browser does not support the video element.

গোলাঘাট: বেঙেনাখোৱাত পথ দূৰ্ঘটনাত এগৰাকী মহিলা আহত ,তীব্ৰ বেগত থকাৰ বাবেই নিয়ন্ত্ৰণ হেৰোৱাই সংঘটিত হয় দুৰ্ঘটনাটো

Golaghat, Golaghat | Oct 1, 2025
গোলাঘাট বেঙেনাখোৱাত পথ দূৰ্ঘটনাত এগৰাকী মহিলা আহত ,তীব্ৰ বেগত থকাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো। বুধবাৰে মাজ নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো। এখন তীব্ৰ বেগী স্কুতিয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষেৰে গৈ থকা এগৰাকী মহিলাক খুন্দা মৰাৰ ফলত আহত হয় মহিলা গৰাকী l ঘটনা সংঘটিত হোঁৱাৰ পিচতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় উক্ত স্থানত l আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি স্কুতি চালক জনক আটক কৰি থানালৈ লৈ যাই।
Read More News
T & CPrivacy PolicyContact Us