Download Now Banner

This browser does not support the video element.

দক্ষিণ শালমাৰা: দামৰীভাষাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত, আহত চাৰিজন লোক

South Salmara, South Salmara-Mankachar | May 8, 2025
বৃহস্পতিবাৰে দামৰীভাষাত ভয়ংকৰ পথ দুৰ্ঘটনা,চাৰি জন আহত । গৌৰনগৰ সংযোগী পথৰ দামৰীভাষাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গৌৰনগৰ ফালৰপৰা আহি থকা তীব্র বেগী এল্টো বাহন এখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাতিত থকা বিদ্যুৎৰ খুটাত প্ৰচণ্ড খুন্দা মাৰি বাগৰি পৰে। কথোমপি প্ৰাণ ৰক্ষা পৰে চালক সহ চাৰিজনকৈ লোকৰ। আহত হয় চাৰি জন লোক। স্থানীয় ৰাইজৰ সকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us