This browser does not support the video element.
তামুলপুৰ: তামুলপুৰৰ নাগ্ৰিজুলি পৰিষদয়ী সমষ্টিত বিজেপি প্ৰাৰ্থী লক্ষী দাসৰ হৈ নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীয়ে
Tamulpur, Baksa | Sep 10, 2025
তামুলপুৰৰ নাগ্ৰিজুলি পৰিষদয়ী সমষ্টিত বিজেপি প্ৰাৰ্থী লক্ষী দাসৰ হৈ বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।তামুলপুৰৰ নাগ্ৰিজুলি পৰিষদয়ী সমষ্টিত বুধবাৰে বিয়লি উপস্থিত হয় মন্তী জয়ন্তমল্ল বৰুৱা । মন্ত্ৰী গৰাকী উপস্থিত হৈ বিজেপি প্ৰাৰ্থী লক্ষী দাসৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ।লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গীতৰ তালে তালে নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলাই । লগতে ভাষণত কয় বিটিআৰত এতিয়া চাৰিওপিনে পদুম ফুল ফুলিছে। আ