Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ন বৰা চুকৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ল, ন বৰা চুক আদৰ্শ চিকিৎসালয় আজি মুকলি কৰে মন্ত্ৰী অশোক সিংহলে
Jorhat West, Jorhat | Aug 5, 2025
ন বৰা চুকৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হল । ন বৰা চুক আদৰ্শ চিকিৎসালয় আজি মুকলি কৰে মন্ত্ৰী অশোক সিংঘলে । আজি যোৰহাটত মন্ত্ৰী অশোক সিংঘল উপস্থিত হয় । মন্ত্ৰী গৰাকীয়ে প্ৰথমেই উপস্থিত হয় যোৰহাটৰ বাৰেচমুৱা গাঁৱত । আৰু ইয়াৰ পাছতেই ৰাইজৰ বাবে মুকলি কৰে আদৰ্শ চিকিৎসালয় খন । উপস্থিত আছিল বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!