Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্তৰ উপস্থিতিত মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত
Jorhat West, Jorhat | Aug 22, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্তৰ উপস্থিতিত মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত । যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সভা খন । বৈঠকত মিছন বসুন্ধৰা ৩.০ৰ সফল ৰূপায়ণ সন্দৰ্ভত পুংখানোপুংখ ভাৱে আলোচনা কৰা হয়। বৈঠকত ক্ৰমে সম জিলা আয়ুক্তদ্বয়, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ), চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত আৰু সংশ্লিষ্ট বিষয়া সকল ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!