This browser does not support the video element.
গুৱাহাটী: সৰুসজাইত মৰমৰ জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই
Guwahati, Kamrup Metropolitan | Sep 21, 2025
দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত সৰুসজাইত মৰমৰ জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই, আপোন প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গুৱাহাটীৰ সৰুসজাইত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী গৰাকী উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক উচৰৰ পৰা ফুলৰ ঠুপাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।ইফালে মন্ত্ৰী কেশৱ মহন্তৰ লগত উপস্থিত থাকে মন্ত্ৰী ৰনোজ পেগু