This browser does not support the video element.
মাটিয়া: মাটিয়াত ৰিতু হালৈয়ে নৃশংস ভাৱে হত্যা কৰা খবিৰুল ইছলামৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে কান্দোনৰ ৰোল উঠে
Matia, Goalpara | Sep 26, 2025
মাটিয়াত ৰিতু হালৈয়ে নৃশংস ভাৱে হত্যা কৰা খবিৰুল ইছলামৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে কান্দোনৰ ৰোল উঠে। কালি নিশা মাটিয় বজাৰত টায়াৰৰ দোকান কৰা খবিৰুল ইছলামক ৰিতু হালৈ নামৰ যুৱকে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু উত্তেজিত জনতাই ৰিতু হালৈৰ ঘৰ জ্বলাই দিয়ে।পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।