Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ৰংপুৰ জল ক্ৰীড়া সন্থাৰ উদ্যোগত জয়সাগৰত সাঁতোৰ প্ৰতিযোগিতা

Sibsagar, Sivasagar | Aug 31, 2025
অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ৰংপুৰ জল ক্ৰীড়া সন্থাৰ উদ্যোগত জয়সাগৰত সাঁতোৰ প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে এথেন্স অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ভাৰ উত্তোলক প্ৰতিভা কুমাৰী দেৱী । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাঁতোৰ প্ৰতিযোগিতাৰ থলীতেই ডা: অৰুণা মহন্তৰ এখনি গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ।
Read More News
T & CPrivacy PolicyContact Us