Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইউথ ইমাৰছন প্ৰগ্ৰেম অনুষ্ঠিত, উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

Kokrajhar Part, Kokrajhar | Aug 12, 2025
মংগলবাৰ দিনা ৰাতিপুৱা১১.৩০ বজাত কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰেক্ষাগৃহত অসম বিধানসভাৰ সচিবালয়ৰ উদ্যোগত ইউথ ইমৰছেন প্ৰোগ্ৰাম(youth immersion program)অনুষ্ঠিত কৰা হয়, উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী, গোবিন্দ বসুমতাৰী,বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো,অসম বিধানসভাৰ উপা অধ্যক্ষ, বড়োলেণ্ড বিশ্ববিদ্যালয় VC উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us