This browser does not support the video element.
তিতাবৰ: মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাফাই অভিযান চলোৱা এটা চোৰক গ্ৰেপ্তাৰ
Titabor, Jorhat | Aug 2, 2025
মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাফাই অভিযান চলোৱা এটা চোৰক গ্ৰেপ্তাৰ । শনিবাৰে দিনৰ দুই বজাত গ্ৰেপ্তাৰ চোৰ। আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰে চুৰ কৰি বিক্ৰী কৰা বহু চুৰি সামগ্ৰী । গ্ৰেপ্তাৰ কৰা চোৰটো চৰাইপানীৰ ভাৰ্গব বৰা ওৰফে বিষ্ণু বুলি জানিব পৰা গৈছে । গ্ৰীষ্মকালীন বন্ধৰ সুযোগ লৈ তিতাবৰ মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে চলাইছিল চাফাই ।