Download Now Banner

This browser does not support the video element.

নগাঁও: জুবিন অনুৰাগী নয়নজ্যোতি নাথৰ মৃতদেহ উদ্ধাৰ হ'ল ৰহা মণিপুৰ টুপত,ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেটো

Nagaon, Nagaon | Oct 5, 2025
জুবিন অনুৰাগী নয়নজ্যোতি নাথৰ মৃতদেহ উদ্ধাৰ হ'ল ৰহা মণিপুৰ টুপত,দেওবাৰে পুৱা প্ৰায় ৯মান বজাত কলঙত উপঙি আছিল উদ্ধাৰ হোৱা মৃতদেহটো । শুক্ৰবাৰে ৰহাত কলঙত জাপ দিছিল ৰহা বামুনী জানৰ নয়নজ্যোতি নাথে।জুবিন গাৰ্গৰ সোনাপুৰৰ সমাধি স্থলীৰ পৰা ঘুৰি আহি আত্মহণৰ দৰে চৰম পন্থা বাচি লৈছিল যুৱকজনে।ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে
Read More News
T & CPrivacy PolicyContact Us