Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: বঙাইগাঁও প্ৰেছ ক্লাৱত অসম চাওঁতালী সহিত্য সভাৰ সংবাদমেল, চাওঁতালী ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা
Bongaigaon Part, Bongaigaon | Aug 28, 2025
বৃহস্পতিবাৰে চাওঁতালী ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা কৰি সংবাদ মেল সম্বোধন কৰেবঅসম চাওঁতালী সাহিত্য সভাই । ৰোমান লিপিৰ পৰিবৰ্তে অল-চিকি লিপি চাওঁতালী ভাষাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাটো কোনো কাৰণতে গ্ৰহন নকৰে বুলি সংবাদ মেলত সদৰি কৰি চাওঁতালী সাহিত্য সভাই । ১৯৪৮ চনৰ পৰাই ৰাজ্যত চাওঁতালী ভাষাত ৰোমান লিপি প্ৰচলিত হৈ অহাৰ পিছতো জনগোষ্ঠীটোৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে সংবাদ মেলত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!