Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: বটাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত সংঘৰ্ষ,সাতজন‌ আহত

Dalgaon Part, Darrang | Sep 4, 2025
দলগাঁৱত অন্তৰ্গত বটাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো। ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত আহত কেইবাজনো লোক। আহত লোক সকলৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। আহত সকলক স্হানীয় ৰাইজ আৰু যান-বাহন আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰন কৰে।
Read More News
T & CPrivacy PolicyContact Us