Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: শ শ গাড়ী কৌশলেৰে চুৰি কৰি বিক্ৰী কৰা মহা প্ৰবঞ্চকক অজন্তা বাইপাছৰ সমীপত পুলিবৰ আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ
Jorhat West, Jorhat | Aug 28, 2025
ভিন্ন প্ৰান্তৰৰ পৰা শ শ গাড়ী কৌশলেৰে চুৰি কৰি আনক বিক্ৰী কৰা মহা প্ৰবঞ্চকক অজন্তা বাইপাছৰ সমীপৰ পৰা পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিছপুৰ আৰক্ষীৰ এটা দলে মহা প্ৰবঞ্চক ৰূপম শইকীয়াক লগতলৈ ভাড়াঘৰত অভিযান চলাই। মহানগৰ আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰা মহা প্ৰবঞ্চক গ্ৰেপ্তাৰ । ভাড়াঘৰত নিজকে পৰিবহন বিভাগৰ এনফৰ্চমেন্ট ইন্সপেক্টৰ বুলি পৰিচয় দিছিল ৰূপমে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!