This browser does not support the video element.
শিৱসাগৰ: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই মৌলানা মেহমুদ মাদানীৰ প্ৰতিমূৰ্ত্তি দাহ কৰে শিৱসাগৰত
Sibsagar, Sivasagar | Aug 23, 2025
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই মৌলানা মেহমুদ মাদানীৰ প্ৰতিমূৰ্ত্তি দাহ কৰে শিৱসাগৰত । শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰি দাহ কৰে প্ৰতিমূৰ্ত্তি সংগঠনটোৱে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীক সাক্ষাত কৰি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত মুখ্যমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল ।