Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: বিহালীৰ ৰটোৱা টোল গেটত ভয়ংকৰ পথ দুৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত মটৰ চাইকেল আৰোহী
Biswanath, Biswanath | Aug 24, 2025
বিহালীৰ ৰটোৱা টোল গেটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। লক্ষিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন মটৰ চাইকেলক অচিনাক্ত বাহন খুন্দা মৰাৰ ফলত মটৰ চাইকেল খনত থকা দুজন আৰোহী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় l মটৰ চাইকেল আৰোহী দুয়োজন ৰ ভিতৰত এজনৰ ভৰি ভাঙি যায় ঘটনাস্থলিত ইতিমধ্যে জিনজীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!