Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আইনে নিজৰ বিচাৰ কৰিব , শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰৰ পাছতেই যোৰহাটত মন্তব্য পত্নী গৰিমা শইকিয়া গাৰ্গৰ

Jorhat West, Jorhat | Oct 1, 2025
আইনে নিজৰ বিচাৰ কৰিব , শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰৰ পাছতেই যোৰহাটত মন্তব্য পত্নী গৰিমা শইকিয়া গাৰ্গৰ । জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত লোক সকলৰ ওপৰত আইনে ব্যবস্থা লব বুলি আশাবাদী পত্নী। যাৰ ভুলৰ বাবে এই ঘটনা ঘটিল তেওঁলোকক আইনী ব্যৱস্থা লোৱাৰ আহ্বান।
Read More News
T & CPrivacy PolicyContact Us