Download Now Banner

This browser does not support the video element.

হোজাই: পূব ধনিৰাম পথাৰত দুখন স্কুটিৰ মাজত মুখামুখি সংঘর্ষ, আহত তিনিজন, ঘটনাস্থলীত উপস্থিত আৰক্ষী

Hojai, Hojai | Sep 4, 2025
বৃহস্পতিবাৰে দিনৰ ২মান বজাত হোজাই পূব ধনিৰাম পথাৰত সংঘটিত হয় ভয়াৱহ পথ দুর্ঘটনা।দুখন স্কুটি বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই পথ দুর্ঘটনা।পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত তিনিজনকৈ যুৱক।স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত তিনিওজনকে চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us