Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাঁওত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যলয়ত পিএমএৱাই গৃহ সম্পৰ্কে আলোচনা হয়, উপস্থিত থাকে এমচিএলএ দিগন্ত বৰুৱা

Udalguri, Udalguri | Oct 10, 2025
কলাইগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ পুনৰীক্ষণ কাৰ্যৰ ওপৰত বিতং ভাবে পৰ্যালোচনা কৰা হয়। উক্ত পৰ্যালোচনা সভাত খণ্ড উন্নয়ন বিষয়া মনোজ বনিয়াৰ লগতে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱা থাকি সভাখন সঞ্চালনা কৰে। আনহাতে সভা খনত উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us