Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মঠঘৰীয়াত ৰাইজ দলৰ নেতা ভাস্ক ডি শইকীয়া সংবাদ মেল,বিজেপিক প্ৰত‍্যাবাহনৰ বাবে মিত্ৰতা প্ৰস্তাৱ কংগ্ৰেছক

Guwahati, Kamrup Metropolitan | Sep 13, 2025
মঠঘৰীয়াত ৰাইজ দলৰ নেতা ভাস্ক ডি শইকীয়া সংবাদ মেল,বিজেপিক প্ৰত‍্যাবাহনৰ বাবে মিত্ৰতা প্ৰস্তাৱ কংগ্ৰেছক।১২ ছেপ্টেম্বৰ তেজপুৰত ৰাইজৰ দলৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল সেই বৰ্ধিত সভাত ৰাইজৰ দলে দিনযোৰ আলোচনাৰ অন্তত মিত্ৰতা ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছোঁ।
Read More News
T & CPrivacy PolicyContact Us