Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: বিধায়ক অখিল গগৈৰ নেতৃত্বত জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়িত হাঁহচৰাত

Sibsagar, Sivasagar | Aug 30, 2025
বিধায়ক অখিল গগৈৰ নেতৃত্বত জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়িত হাঁহচৰাত । ৰাইজৰ দলৰ জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৰূপায়িত কৰি আজি উপস্থিত হয় হাঁহচৰাত । এই কাৰ্যসূচীৰ ৰূপায়িত কৰাৰ মাজতেই বিধায়ক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিজেপি নেতৃ অংকিতা দত্তৰ সন্দৰ্ভত ।
Read More News
T & CPrivacy PolicyContact Us