Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মাতৃ সমাজক ৰাহুল গান্ধীয়ে অপমান কৰা অভিযোগ তুলি মঙলদৈ চহৰত কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰতিবাদ

Mangaldoi Part, Darrang | Sep 1, 2025
বিহাৰত কংগ্ৰেছৰ এখন সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক আক্ৰমণৰ লক্ষৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গান্ধীয়ে আপত্তিজনক শব্দৰ প্ৰয়োগ কৰা অভিযোগ উত্থাপিত কৰি দৰং জিলা বিজেপিয়ে সোমবাৰে আবেলি 5 মান বজাত কংগ্ৰেছ দলৰ বিৰুদ্ধে দৰং বিজেপিয়ে প্ৰতিবাদ কৰাৰ লগতে ৰাহুল গান্ধীক তীব্ৰ গৰিহনা দিয়ে
Read More News
T & CPrivacy PolicyContact Us